৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত গোৱালপাৰা আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ: অসম-মেঘালয় সীমান্তত ৩০ কিঃমিঃ চাইকেল সমদল আৰু সজাগতা সভা।
View on Facebook৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত গোৱালপাৰা আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ: অসম-মেঘালয় সীমান্তত ৩০ কিঃমিঃ চাইকেল সমদল আৰু সজাগতা সভা। সমগ্ৰ দেশজুৰি কাইলৈ অতি উলহ-মালহেৰে উদযাপন কৰা হ’ব ৮০ সংখ্যক স্বাধীনতা দিৱস। দেশৰ এই পবিত্ৰ ক্ষণটোৰ প্ৰাক্ক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় তথা বিশেষ পদক্ষেপ। জ

